বন্ধ

ৱেবছাইট নীতি

ব্যৱহাৰৰ চৰ্তাৱলী

[জিলাৰ নাম] য়ে ৱেবছাইটৰ বিষয়বস্তুসমূহ পৰিচালনা কৰি আছে।
যদিও ৱেবছাইটত উপলব্ধ বিষয়বস্তুসমূহৰ শুদ্ধতাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে, তথাপি ইয়াক কোনো আইনগত উদ্দেশ্যেৰে ব্যৱহাৰ কৰিব নোৱাৰিব।
এই প’ৰ্টেলৰ ব্যৱহাৰৰ সৈতে হ’ব পৰা পৰোক্ষ বা পৰিস্থিতি সাপেক্ষ লোকচান বা ক্ষয়-ক্ষতি নাইবা যিকোনো খৰচ নাইবা ব্যৱহাৰকেন্দ্রিক লোকচান বা ক্ষয়-ক্ষতি নাইবা তথ্যভিত্তিক ক্ষয়-ক্ষতি আদি কোনোধৰণৰ খৰচ, লোকচান অথবা ক্ষয়-ক্ষতিৰ বাবে [জিলাৰ নাম] জিলা দায়বদ্ধ নহ’ব।
এই প’ৰ্টেলত অন্তৰ্ভুক্ত অন্য ৱেবছাইটৰ লিংকবোৰ ৰাজহুৱা সা-সুবিধাৰ বাবেহে উপলব্ধ। সকলো সময়তে এই লিংকযুক্ত পৃষ্ঠাসমূহৰ উপলব্ধতাৰ আমি নিশ্চয়তা দিব নোৱাৰোঁ।
ভাৰতীয় আইন মতেহে এই চৰ্তাৱলীসমূহ প্ৰযোজ্য হ’ব। উক্ত চৰ্তাৱলীৰ ভিতৰত হ’ব পৰা যিকোনো ধৰণৰ আপত্তিজনক ঘটনা ভাৰতীয় আইনৰ অধীনত বিচাৰাধীন হ’ব।

কপিৰাইট নীতি

আমালৈ ই-মেইল পঠিয়াই এই ৱেবছাইটত উপলব্ধ বিষয়বস্তুসমূহৰ বিনাখৰচে পুনৰব্যৱহাৰৰ বাবে অনুমতি ল’ব পাৰিব। অৱশ্যে, বিষয়বস্তুসমূহৰ অপব্যৱহাৰ নোহোৱাকৈ ইয়াক শুদ্ধসহকাৰে আৰু সঠিক দিশত উপস্থাপন কৰিব লাগিব। যদিহে বিষয়বস্তুসমূহ অন্য ক’ৰবাত প্ৰকাশিত অথবা আনৰ বাবে প্রেৰণ কৰা হয়, তেন্তে মূল উৎসটো জনোৱাটো নিতান্তই বাঞ্ছনীয়। অৱশ্যে, অন্য কাৰোবাৰ কপিৰাইট থকা বিষয়বস্তু পুনৰব্যৱহাৰৰ বাবে অনুমোদন জনোৱা নহ’ব। এইধৰণৰ বিষয়বস্তুৰ পুনৰব্যৱহাৰৰ বাবে কপিৰাইট থকা ব্যক্তি অথবা সংশ্লিষ্ট বিভাগৰপৰা অনুমতি ল’ব লাগিব।

গোপনীয়তা নীতি

আপোনাক ব্যক্তিগতভাৱে চিহ্নিত কৰাৰ ক্ষেত্রত এই ৱেবছাইটটোৱে স্বয়ংক্ৰিয়ভাৱে কোনোধৰণৰ ব্যক্তিগত তথ্য (যেনে- নাম, ফোন নং বা ই-মেইল) গ্ৰহণ নকৰে।
যদিহে ৱেবছাইটটোৱে আপোনাৰপৰা ব্যক্তিগত তথ্য বিচাৰে তেন্তে তথ্য বিচৰা সেই বিশেষ কাৰণটো আপোনাক জনোৱা হ’ব, যেনে- ফীডবেক ফ’ৰ্ম আৰু ব্যক্তিগত তথ্যসমূহ সুৰক্ষিত কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্রহণ কৰা হ’ব।
আমি কোনোধৰণৰ ব্যক্তিগত তথ্য অন্য তৃতীয় ব্যক্তিৰ (ৰাজহুৱা/ব্যক্তিগত) ওচৰত বিক্রী বা ব্যক্ত নকৰোঁ। এই ৱেবছাইটত উপলব্ধ তথ্যসমূহ ক্ষয়-ক্ষতি, অপব্যৱহাৰ, অনাধিকাৰ প্ৰকাশ বা নষ্ট হোৱাৰপৰা সুৰক্ষিত কৰি ৰখা হ’ব।
আমি ব্যৱহাৰকাৰীৰপৰা ইণ্টাৰনেট প্ৰ’ট’ক’ল ঠিকনা, ড’মেইন নাম, ব্ৰাউজাৰ টাইপ, অ’পাৰেটিং ছিষ্টেম, তাৰিখ, পৃষ্ঠা চোৱাৰ সময় ইত্যাদি কিছু তথ্য সংগৃহীত কৰোঁ। ৱেবছাইটটোৰ ক্ষতিক্ষাধনৰ চেষ্টা কৰাৰ দৰে ঘটনা নঘটিলে, আমাৰ ৱেবছাইট চাই থকা ব্যক্তিসকলৰ পৰিচয়ৰ সৈতে উপৰোক্ত তথ্যসমূহ লিংক কৰাৰ আমাৰ কোনো উদ্দেশ্য নাই।

হাইপাৰ লিংকিং নীতি

বাহ্যিক ৱেবছাইট/প’ৰ্টেলৰ সৈতে লিংক
ৱেবছাইটৰ ভিতৰত আপোনালোকে অন্য ৱেবছাইট/প’ৰ্টেলৰ লিংক বিচাৰি পাব। এই লিংকসমূহ আপোনালোকৰ সুবিধাৰ্থে উপলব্ধ। সকলো সময়তে এই লিংকযুক্ত পৃষ্ঠাসমূহৰ উপলব্ধতাৰ আমি নিশ্চয়তা দিব নোৱাৰোঁ আৰু এইবোৰৰ উপলব্ধতাৰ ক্ষেত্ৰত আমাৰ কোনো দখল নাই।